কেদাৰকেদাৰনাথ

কেদাৰ নাথ পাণ্ডে (Assamese) [ Roman: ke.dar nath pan.de]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-06-18
1. Sociology(Proper Noun-Masculine) The Father of Hindi Travel literature, was one of the most widely traveled scholars of India, spending forty-five years of his life on travels away from his home. ৰাহুল সাংকৃত্যায়ন তথা কেদাৰনাথ পাণ্ডে (৯ এপ্ৰিল, ১৮৯৩ – ১৪ এপ্ৰিল, ১৯৬৩), আছিল ভাৰতৰ এজন স্বনামধন্য পৰ্যটক, বৌদ্ধ সহ বিভিন্ন শাস্ত্ৰত সুপণ্ডিত, মাৰ্ক্সীয় শাস্ত্ৰত দীক্ষিত ৷ তেওঁ জীবনৰ ৪৫ বছৰ ব্যয় কৰে বিভিন্ন স্থানত ভ্ৰমণ কৰি অভিজ্ঞতা সঞ্চয় কৰিছিল।